Subscribe
URL of the page has been copied to clipboard.
Meaning : ভাগ্য বা সংযোগবশতঃ হোৱা
Example : দৈৱিক ঘটনাক অৱজ্ঞা কৰা বৰ কঠিন
Synonyms : অলৌকিক
Meaning : দেৱতাৰ দ্বাৰা কৰা
Example : দৈৱিক কৃপাত তেওঁ ্বাচি গʼল
Synonyms : দৈৱ
Meaning : দেৱতাসকলৰ বা দেৱতা সম্বন্ধী
Example : হিন্দু ধর্মগ্রন্থ অনুসৰি দৈৱিক শক্তি প্রাপ্ত কৰিবৰ বাবে ৰাক্ষসবোৰে বহু বছৰলৈকে তপস্যাত লীন হৈ থাকিছিল
Install App