Subscribe
URL of the page has been copied to clipboard.
Meaning : শৰীৰ বিজ্ঞান অনুসৰি শৰীৰৰ কোনো অংগ-প্রত্যংগক আৱৰি ৰখা এক ধৰণৰ আৱৰণ
Example : বাহিকা নলীৰ বেধ অলপ শকত কশিকা নলীৰ ভিত্তিও থাকে
Synonyms : বেধ, ভিত্তি
Meaning : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়
Example : শিলেৰে বনোৱা বেৰ মজবুত হয়
Synonyms : প্রাচীৰ, বেৰ, বেৰা, ৱাল
Install App