Subscribe
URL of the page has been copied to clipboard.
Meaning : যি মন্দিৰত কোনো দেৱতাৰ মূর্তি বা মূর্তি স্থাপন কৰি পূজা কৰা হয়
Example : তেওঁ ্সদায় গা-পা ধুই দেৱালয়লৈ যায়
Synonyms : দʼল, দেৱ-গৃহ, দেৱ-মন্দিৰ, দেৱগৃহ, দেৱদৌল, দেৱমন্দিৰ, দেৱালয়, দেৱায়তন, দৌল, মন্দিৰ
Install App