Meaning : কাৰোবাৰ দেহ সুৰক্ষাৰ কাৰণে নিয়োজিত ব্যক্তি
Example :
ইন্দিৰা গান্ধীক ্ তেওঁৰ দেহৰক্ষীয়েই হত্যা কৰিছিল
Synonyms : বডীগার্ড
Meaning : ৰক্ষা কৰোঁতা
Example :
মন্ত্রীৰ দেহৰক্ষী সন্ত্রাসবাদীৰ বলি হʼল
Synonyms : ৰক্ষক, ৰক্ষাকর্তা