Meaning : কোনো বস্তু বা কার্য আদিৰ ফালে ইংগিত কৰা
Example :
মায়ে মোক আকাশত ধ্রুৱ তৰাৰ স্থিতি দেখুৱালে
Synonyms : নির্দেশ ্কৰা
Meaning : কোনো ব্যক্তি, পদার্থ ্ বা কাম-কাজ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ বা গুণ আদিৰ জ্ঞান লাভ কৰা
Example :
তেওঁৰ নতুন ঘৰটো আমাক দেখুৱালে
Synonyms : দর্শন ্ কৰা, দেখুৱা
Meaning : অনুভৱ কৰোৱা
Example :
ভাগ্যই আমাক বহুত বেয়া দিন দেখুৱালে
Meaning : * কৃত্রিমভাৱে প্রস্তুত কৰা বা দেখুওৱা বা আনৰ নিচিনাকৈ অভিনয় কৰা
Example :
শীলাই নিজকে অভিনেত্রী যেন দেখুৱায়
Synonyms : প্রদর্শন ্কৰা
Meaning : অনুসন্ধান বা নিৰীক্ষণ কৰা
Example :
আপুনি ৰোগীজনক ডাক্তৰক দেখুৱালে নেকি ?
Meaning : নিৰীক্ষণ কৰোৱা কার্য
Example :
প্রত্যক্ষদর্শীয়ে পুলিচক হত্যা হোৱা ঠাইখিনি দেখুৱালে
Synonyms : দেখুৱা