Subscribe
URL of the page has been copied to clipboard.
Meaning : অতি কম সময়ৰ কাৰণে চকুৰ সন্মুখলৈ অহা কোনো দৃশ্য
Example : মানুহে সাধুজনৰ ক্ষণিক দৃষ্টি পাবলৈ আকুল হৈ আছিল
Synonyms : ক্ষণিক দৃষ্টি
Meaning : দেখা কার্য
Example : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়
Synonyms : অৱলোকন, চোৱা-, দর্শন, নেত্রপাত, বিলোকন, লক্ষ্য
Meaning : ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি চোৱা কার্য
Example : কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে ভালদৰে অৱলোকন কৰি চোৱা উচিত
Synonyms : অৱলোকন, চোৱা-চিতা
Install App