Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word দৃষ্টান্ত from অসমীয়া dictionary with examples, synonyms and antonyms.

দৃষ্টান্ত   বিশেষ্য

Meaning : প্রমাণ বা সাক্ষীহিচাপে লোৱা লেখা আদিৰ কোনো অংশ

Example : এই উদাহৰণটো ৰামচৰিত মানসৰ পৰা লোৱা হৈছে

Synonyms : উদাহৰণ, উপমা

Meaning : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়

Example : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ

Synonyms : আর্হি, উদাহৰণ, নজিৰ, নমুনা, নিদ্্র্শন

Meaning : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ

Example : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি

Synonyms : উদাহৰণ, নমুনা