Subscribe
URL of the page has been copied to clipboard.
Meaning : সূর্য্য উদয় হোৱা দিশ
Example : ভাৰতৰ পূৱফালে অসম ৰাজ্য অৱস্থিত
Synonyms : ঐন্দ্র, পূব, পূর্ব, পূর্বাশা, পূৱ, পূৱ দিশ, প্রাচী, প্রাচ্য, ্ পুৰব
Meaning : যাৰ অৱলোকন কৰা হৈছে
Example : তেওঁ সকলো গোচৰিত দস্তাবেজ জ্যেষ্ঠ বিষয়ালৈ লৈ যায়
Synonyms : অক্ষিগত, অক্ষিত, অৱলোকিত, আলোকিত, ঈক্ষিত, গোচৰিত, প্রেক্ষিত, পৰিলক্ষিত, লক্ষিত, ্পর্যবেক্ষিত
Install App