Subscribe
URL of the page has been copied to clipboard.
Meaning : যি সিদ্ধান্ত সলনি নহয়
Example : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল
Synonyms : অটল, অবিচল, একনিষ্ঠ, একাগ্র, নিমগ্ন, স্থিৰ
Meaning : যাৰ কোনো শিথিলতা নাই:চেগুনৰ কাঠেৰে সজা ফার্ণিচাৰ মজবুত হয় মোৰ মনটো অতি দৃঢ়
Example :
Synonyms : অশিথিল, মজবুত
Meaning : যি নমনীয় নহয় বা যাক টলাব নোৱাৰি
Example : আলেকজেণ্ডাৰৰ সন্মুখত পুৰু অনমনীয় হৈ থাকিল
Synonyms : অনমনীয়, অনম্য, কঠোৰ
Meaning : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
Example : পাহাৰ-পর্বত স্থিৰ
Synonyms : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
Install App