Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word দূৰদর্শন from অসমীয়া dictionary with examples, synonyms and antonyms.

দূৰদর্শন   বিশেষ্য

Meaning : ঘৰতে বহি আহিলাৰ সহায়ত অন্যান্য ঠাইত সংঘটিত হোৱা দৃশ্যাৱলী দেখিবলৈ পোৱা এক ধৰণৰ প্রণালী

Example : দূৰদর্শনে দেশ-বিদেশত সংঘটিত হৈ থকা ঘটনাৱলী পোনপটীয়াভাৱে প্রচাৰ কৰি জনসাধাৰণৰ কাষলৈ লৈ যায়

Synonyms : দূৰদর্শন-্প্রণালী

Meaning : দূৰত সংঘটিত হোৱা ঘটনাৰাজিৰ দৃশ্য দেখা পোৱা এক ধৰণৰ আহিলা

Example : দূৰদর্শন মনোৰঞ্জনৰ এক উত্তম আহিলা

Synonyms : টিভি, টেলিভিছন, টেলিভিশ্বন