Subscribe
URL of the page has been copied to clipboard.
Meaning : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে
Example :
Synonyms : অধম, অসজ, অসজ্জন, অসন্ত, অসাধু, খল, দুর্জন, পাঁজী, শঠ, হাৰামী, ্ বদমাচ
Meaning : ভালৰ ওলোটা বা বিপৰীত
Example : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
Synonyms : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
Meaning : যিজনে বৰ উৎপাত কৰে
Example : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
Synonyms : উৎপতীয়া, খটাসুৰ, বদমাচ
Install App