Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word দুষ্ট from অসমীয়া dictionary with examples, synonyms and antonyms.

দুষ্ট   বিশেষণ

Meaning : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে

Example :

Synonyms : অধম, অসজ, অসজ্জন, অসন্ত, অসাধু, খল, দুর্জন, পাঁজী, শঠ, হাৰামী, ্ বদমাচ

Meaning : ভালৰ ওলোটা বা বিপৰীত

Example : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

Synonyms : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ

Meaning : যিজনে বৰ উৎপাত কৰে

Example : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে

Synonyms : উৎপতীয়া, খটাসুৰ, বদমাচ