Subscribe
URL of the page has been copied to clipboard.
Meaning : চলমান কৰোৱা বা দুলন কার্য
Example : ঢৌবোৰ তাৰ আগে-পিছে দুলি আছিল
Synonyms : জোকাৰি দিয়া, জোলা, দুলা, লৰা, হেন্দোলা
Meaning : ওপৰত তুলি থোৱা স্বত্বেও কোনো বস্তুৰ কিছু অংশ তললৈ অলপ দূৰলৈকে আধাৰহীন হিচাপে থকা কার্য
Example : বেৰত এডাল ৰচী ওলমি আছে
Synonyms : ওলমা, ওলমি থকা
Meaning : ঝুলনাত বহি দুলি থকা কার্য
Example : তেওঁ ্এঘণ্টা ধৰি দুলি আছে
Synonyms : দোলা
Install App