Subscribe
URL of the page has been copied to clipboard.
Meaning : কুখ্যাত হোৱাৰ অৱস্থা বা ভাব
Example : ডকাইত হিচাপে ৰত্নাকৰ বদনামী পোৱাৰ বিপৰীতে ঋষি বাল্মীকি হিচাপে অধিক খ্যাতি লাভ কৰিছিল
Synonyms : অপকীর্তি, অপযশ, কুকীর্তি, কুখ্যাতি, বদনামী
Meaning : যিজনক মানুহে বেয়া বুলি কয় বা যিজনে কুখ্যাতি লাভ কৰিছে:বীৰাপ্পান এজন কুখ্যাত দস্যু আছিল ্ তেওঁ নিজৰ কামৰ কাৰণেই সমাজত বদনাম পাইছে
Example :
Synonyms : কুখ্যাত, বদনাম
Install App