Meaning : দুখন মুখ থকা বা যাৰ দুখন মুখ আছে
Example :
যাক দুমুখীয়া সাপ বুলি কোৱা হয় বাস্তৱতে সেইয়া দুমুখীয়া সাপ নাথাকে
Meaning : কোনো কাজিয়া আদিত দুয়োপক্ষৰ ফালৰ পৰা যিজনক নিয়োজিত কৰা হয়
Example :
আমি দুমুখীয়া ব্যক্তিৰ ওপৰত বিশ্বাস কৰা উচিত নহয়
Synonyms : দুফলীয়া
Meaning : দুটা কথা কোৱা বা দুই ধৰণৰ আচৰণ কৰা মানুহ
Example :
দুমুখীয়া মানুহৰ ওপৰত মোৰ খং উঠে
Meaning : যাৰ দুখন মুখ আছে
Example :
বাজীকৰে মানুহক দুমুখীয়া সাপ দেখুৱালে