Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ পৰা দুখ পোৱা যায় বা দুখ দিওঁতা
Example : তুমি নিজৰ মা-দেউতাৰ সেৱা নকৰাটো বৰ দুখজনক কথা
Synonyms : কষ্টদায়ক, কষ্টদায়ী, দুঃখকাৰক, দুঃখজনক, দুখকাৰক
Meaning : যি দুখ বা কষ্ট দিয়ে
Example : বৃদ্ধ কাল দুখদায়ক
Synonyms : কষ্টকৰ, কষ্টজনক, কষ্টদায়ক, কষ্টদায়ী, কষ্টপ্রদ, দুঃখজনক, দুঃখদায়ক, দুখদায়ক, দুখদায়ী, দুখপ্রদ, পীড়াদায়ক, পীড়াদায়ী
Install App