Meaning : কাৰোবাৰ মর্ম্্স্থানত আঘাত লগাকৈ কোনো কথা কোৱা বা কাম কৰা
Example :
শাহুৱেকে গালি পাৰি বোৱাৰীয়েকৰ মনত দুখ দিলে
Synonyms : আঘাত দিয়া
Meaning : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে
Example :
অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে
Synonyms : কষ্ট দিয়া
Meaning : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
Example :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
Synonyms : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া
Meaning : কোনো পদার্থৰ ্অভাৱৰ পৰা দুখ ওপজা কার্য
Example :
নি্র্বাচনৰ সময়ত নেতাই প্রতিশ্রুতি দিয়ে আৰু জিকাৰ পিছত দুখ দিয়ে
Synonyms : প্রলোভন দিয়া, ব্যাকুল কৰা