Meaning : জ্বলি থকা দীপকৰ শাৰী
Example :
দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
Synonyms : দীপমালা
Meaning : আহিন বা কাতি মাহৰ অমাৱস্যা তিথিৰ দিনাখন ঘৰ আৰু পদূলি আদিত চাকি লগাই পালন কৰা উৎসৱ
Example :
উত্তৰ ভাৰতত দেৱালী উৎসৱ উলহ-মালহেৰে পালন কৰা হয়
Synonyms : দীপান্বিতা, দীপালী, দেৱালী