Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word দিয়া from অসমীয়া dictionary with examples, synonyms and antonyms.

দিয়া   ক্ৰিয়া

Meaning : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

Example : আমি দুগোল দিলোঁ

Synonyms : কৰা, বনোৱা

Meaning : আনৰ শৰীৰ বা শৰীৰৰ কোনো ভাগক কাপোৰ আদিৰে ঢকা কার্য

Example : দেউতাকে শুই থকা শিশুটোৰ গাত কাপোৰ দিলে

Synonyms : উৰি দিয়া, জাপি দিয়া

Meaning : কাৰোবাৰ ওপৰত দোষ আদি দিয়া

Example : তেওঁ নিজৰ দোষ মোৰ ওপৰত আৰোপ কৰিলে

Synonyms : আৰোপ কৰা, লগোৱা

Meaning : কাৰোবাক কিবা হস্তান্তৰ কৰা???

Example : অধ্যাপকজনে তেওঁক পুৰস্কাৰ দিছে

Synonyms : প্রদান কৰা

Meaning : কাৰোবাক দুখী কৰা বা কাৰোবাৰ হানি কৰা

Example : পুতেকে নিজৰ ঘৰ এৰি মাক-দেউতাকক বহুত দুখ দিলে

Meaning : * সুলভ বা উপল্্ব্ধ কৰা

Example : কʼৰবালৈ অহা-যোৱা কৰিবৰ কাৰণে আমি বাহনো দি্ওঁ

Synonyms : উপল্্ব্ধ থকা, প্রদান কৰা, সুলভ থকা