Subscribe
URL of the page has been copied to clipboard.
Meaning : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
Example : সোমবাৰ সপ্তাহৰ প্রথম দিন
Synonyms : অহ্ন, দিৱস, বাসৰ, বাৰ
Meaning : নিশ্চিত বা উচিত সময়
Example : আজি মোৰ লʼৰাটোৰ জন্ম দিন
Synonyms : দিৱস
Meaning : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
Example : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
Synonyms : অহ, অহ্ন, দিনা, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ
Meaning : ভাল সময়
Example : সকলোৰে সুদিন আহে
Synonyms : সুদিন
Meaning : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
Example : এদিনত আঠটা প্রহৰ থাকে
Synonyms : তিথি, দিৱস
Meaning : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে
Example : কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো
Meaning : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
Example : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
Meaning : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়
Example : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???
Synonyms : কাল, যুগ
Install App