Meaning : যিজনে পথপ্রদর্শন ্কৰায়
Example :
এজন সচা পথপ্রদর্শকে পথভ্রষ্ট লোকসকলক শুদ্ধ পথলৈ আনেআমাৰ গুৰু এজন শুদ্ধ দিগ্্দর্শক
Synonyms : পথপ্রদর্শক
Meaning : যিজনে ৰাষ্টা দেখুৱায় দিয়ে
Example :
এজন ভাল পথপ্রদর্শকৰ নেতৃত্বত আমি আগবাঢ়িছিলোঁ
Synonyms : পথপ্রদর্শক, ্মার্গদর্শক
Meaning : দিশা দর্শোৱা বা সূচিত কৰোঁতা
Example :
জাহাজত দিক্-সূচক যন্ত্র লগোৱা থাকে
Synonyms : দিক্-সূচক