Subscribe
URL of the page has been copied to clipboard.
Meaning : নিজৰ সেৱা কৰোৱাৰ কাৰণে মূল্য দি ক্রয় কৰা ব্যক্তি
Example : পুৰণিকালত দাসীৰ ক্রয়-বিক্রয় হৈছিল
Synonyms : গোলাম
Meaning : ঘৰুৱা কাম-কাজ কৰা তথা সেৱা আগবঢ়ায়
Example : আজিকালি কাম-বন কৰিবৰ কাৰণে মহিলাসকলে চাকৰণিৰ ওপৰত অধিক নি্র্ভৰ কৰে
Synonyms : কিংকৰী, কিঙ্কৰী, চাকৰণী, পৰিচাৰিকা, বান্দী, বেটী, লিগিৰী
Install App