Subscribe
URL of the page has been copied to clipboard.
Meaning : দাস হোৱা অৱস্থা বা ভাব
Example : ইংৰাজসকলে ভাৰতবাসীক দীঘলীয়া সময় ধৰি দাসত্বৰ জৰীৰে বান্ধি ৰাখিছিল
Synonyms : গোলামি, দাসত্ব
Meaning : পৰাধীন হোৱাৰ অৱস্থা বা ভাব
Example : পৰাধীনতাৰ শিকলিৰ পৰা ভাৰত ঊনৈশ সাতচল্লিশ চনত স্বাধীন হʼল
Synonyms : অমুক্তি, গোলামী, পৰাধীনতা
Install App