Subscribe
URL of the page has been copied to clipboard.
Meaning : অত্যধিক মূল্যৰ:তেওঁৰ সৰুৰে পৰা মূল্যবান বস্তু কিনাত চখ আছে
Example :
Synonyms : অমূল্য, বহুমূলীয়া, বহুমূল্য, মহঙা, মহার্ঘ, মূল্যবান, মৰগীয়া
Meaning : যʼত বস্তুবোৰক অধিক মূল্যত বেচা হয় বা কোনো সেৱাৰ বাবে অধিক মূল্য লোৱা হয়
Example : এই ভোজনালয়খন দামী
Meaning : যাৰ মূল্য অতি বেছি
Example : এই শাৰীখন অলপ দামী
Meaning : যাৰ উচিত মূল্যতকৈ দাম অধিক হয়
Example : গাঁৱৰ তুলনাত চহৰৰ বস্তু যথেষ্ট দামী
Synonyms : মহঙা, মহার্ঘ, মৰগীয়া
Install App