Subscribe
URL of the page has been copied to clipboard.
Meaning : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি
Example : এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে
Synonyms : অধিকাৰী
Meaning : যিজনে দাবী কৰে
Example : কিশোৰীলালৰ মাটিৰ দাবীদাৰ তেওঁৰ ভতিজা হৈ পৰিল
Install App