Meaning : পশু-পক্ষী আদিক দিয়া খাদ্য বস্তু
Example :
তেওঁ মুর্গীক দানা দি আছে খেতিয়কজনে বলদ হালৰ কাৰণে দানা আনিহলৈ গৈছে
Meaning : শস্যৰ পৰা উলিওৱা অংশ
Example :
চিকাৰীটোৱে গছৰ তলত দানা সিঁচি দিলে
Synonyms : শস্যৰ গুটি, শস্যৰ বীজ
Meaning : গোলাকাৰ সৰু বস্তু বিশেষ
Example :
লʼৰাটোৱে বৰ মনোযোগেৰে ডালিমৰ দানা খাই আছে
Synonyms : গুটি
Meaning : পশুৱে খোৱা ঘাঁহ, ভুচি আদি
Example :
তেওঁ গৰুৰ ্কাৰণে দানা আনিবলৈ গৈছে