Meaning : টকা-পইচা সংগ্রহ কৰা পাত্র বিশেষ
Example :
তেওঁ ্সদায় দানপাত্রত দহ টকা দিয়ে
Synonyms : দানপাত্র
Meaning : দানৰ টকা-পইচা থোৱা বা দিয়া কোনো পাত্র বা আধাৰ
Example :
তেওঁ মন্দিৰৰ দান-পাত্রত এশ টকা দিলে
Synonyms : দান পাত্র
Meaning : লোহা বা কাঠেৰে সজা একধৰণৰ বাকচ যাক সার্বজনীন বা ৰাজহুৱা স্থান আদিত দান কৰা ধন ৰাখিবৰ কাৰণে থোৱা হয়
Example :
তেওঁ ্দানপাত্রত এশ টকা দিলে
Synonyms : দানপাত্র
Meaning : যিজন ব্যক্তি দান পোৱাৰ বাবে উপযুক্ত
Example :
দান কেৱল দান-পাত্রকহে প্রদান কৰা উচিত
Synonyms : দান পাত্র