Meaning : দান হিচাপে কাৰোবাক দিয়া কোনো বস্তু
Example :
পণ্ডিতজনে দান স্বৰূপে এজনী গাই আৰু কিছুমান বস্ত্র লাভ কৰিলে
Meaning : কাৰোবাক দিয়া বা কাৰোবাৰ পৰা পোৱা বস্তু
Example :
বহু মানুহে জীৱনটোক ঈশ্বৰৰ দান বুলি ভাবে
Meaning : কোনোবাই কাৰোবাক শ্রদ্ধা সহকাৰে বা দয়াপূর্বকভ্াৱে কিবা দিয়া ধর্ম ্ কার্য:উচিত সময়ত কৰা দান অধিক ফলপ্রসূ হয়
Example :