Subscribe
URL of the page has been copied to clipboard.
Meaning : মহাৰ লʼৰা
Example : ৰাম মোৰ ভাই (মহাৰ লʼৰা)
Synonyms : ভাই, ভাইটি, মহাৰ লʼৰা
Meaning : জেঠোদেউৰ পুতেক
Example : মোৰ জেঠোদেউৰ লʼৰাটো অভিযন্তা
Synonyms : জেঠোদেউৰ লʼৰা, ভাইটি
Meaning : কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰা বা মাৰপিট কৰালোক
Example : দাৰোগাই আজি চাৰিআলিত এটা গুণ্ডাক ধৰি খুউব পিটিলে
Synonyms : গুণ্ডা, বজ্জাত, বদমাচ, বদমাছ
Meaning : যিজন ভায়েকে প্রথমে জন্ম লৈছে
Example : শ্যামৰ ককায়েক অধ্যাপক
Synonyms : অগ্রজ, ককাই, ককাইদেউ
Install App