Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ
Example : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়
Synonyms : অপযশ, কলংক, কালিমা, লাঞ্ছনা
Meaning : ফল আদিৰ ওপৰত পৰা দাগ
Example : মোক এই দাগ লগা ফলবোৰ নালাগে
Meaning : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল
Example :
Synonyms : চেক, চেকা, দাগী, ধাব্বা, নিচান
Meaning : সৰু দাগ বা চিহ্ন
Example : পখিলাৰ পাখিত ৰংচঙীয়া দাগ থাকে
Synonyms : ছিটিকনি
Install App