Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি
Example : এই কামটো কৰিবৰ সময় হʼল
Synonyms : ক্ষণ, বেলা, সময়, সুচল, সুযোগ
Meaning : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে
Example :
Synonyms : উপায়, চল, বাট, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা
Install App