Subscribe
URL of the page has been copied to clipboard.
Meaning : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা
Example : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব
Synonyms : অৱস্থা, স্থিতি
Meaning : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
Example : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
Synonyms : অৱস্থা, গতি, গতিক, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
Meaning : মানুহৰ জীৱনত বেলেগ বেলেগ গ্রহৰ নিশ্চিত ভোগকাল
Example : এতিয়া মোৰ গ্রহৰ দশা বৰ ভাল চলি আছে
Synonyms : গ্রহ দশা, গ্রহৰ দশা
Install App