Subscribe
URL of the page has been copied to clipboard.
Meaning : দলিত ্বর্গৰ সদস্য
Example : চৰকাৰে দলিতৰ বিকাশৰ কাৰণে শক্তিশালী পদক্ষেপ লʼব লাগে
Synonyms : দলিত ব্যক্তি
Meaning : যাক অৱনমিত কৰি বহু তললৈ লৈ যোৱা হৈছে
Example : বিদ্রোহীয়ে পদদলিত ভাৰতীয় সমাজৰ ভিতৰি ভিতৰি সংস্কাৰ সাধন কৰিছিল
Synonyms : পদদলিত
Meaning : যি দৰিদ্র আৰু পীড়িত
Example : চৰকাৰে দলিত সমাজৰ বিকাশৰ কাৰণে কাম কৰা উচিত
Install App