Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word দল from অসমীয়া dictionary with examples, synonyms and antonyms.

দল   বিশেষ্য

Meaning : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়

Example : লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে

Synonyms : পাহি

Meaning : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

Example : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

Synonyms : গণ, গোট, জাক, জুম, দʼম, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

Meaning : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

Example : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

Synonyms : পক্ষ, পার্টী

Meaning : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব

Example : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে

Synonyms : পত্র, পর্ণ, পাত

Meaning : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

Example : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

Synonyms : মণ্ডল, মণ্ডলী, সংগঠন

Meaning : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

Example : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি

Synonyms : পার্টী, মণ্ডলী, সংঘ, সঙ্ঘ

Meaning : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ

Example : তেওঁ ্খাই উঠি পার্টীত যোগ দিলে

Synonyms : পার্টী

Meaning : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ

Example : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে

Synonyms : জাক

Meaning : লগুৱা-লিকচৌ আৰু পাৰিষদ আদি

Example : ৰজাই নিজৰ পাৰিষদ্্বর্গৰ লগত চিকাৰলৈ ওলাইছে

Synonyms : পাৰিষদ্্বর্গ, ্গোট