Meaning : কাৰোবাৰ পৰা কিবা বস্তু বিচাৰি দিয়া পত্র
Example :
তেওঁৰ আবেদন পত্র ন্যায়ালয়ে নাকচ কৰিলে
Synonyms : আবেদন, আবেদন পত্র, আর্জী
Meaning : নিজৰ অৱস্থাৰ কথা লিখি বা প্রার্থন্া জনাই দিয়া পত্র:মই ছুটি বিচাৰি আবেদন-পত্র দাখিল কৰিছো
Example :
Synonyms : আপিল, আবেদন, আবেদন-পত্র, আর্জী, আৰজ, দৰখাস্ত, প্রার্থন্া-পত্র