Subscribe
URL of the page has been copied to clipboard.
Meaning : কুৰূপ, ক্রুৰ আৰু কাজিয়া কৰি ভাল পোৱা স্ত্রী
Example : দন্দুৰী হোৱাতো সহজ কিন্তু শিষ্টাচাৰী হোৱাটো কঠিন
Synonyms : ডাইনী, ডাকিনী
Meaning : কর্কশ ্ স্বভাৱৰ নাৰী বা যি নাৰীয়ে কাজিয়াকে কৰি থাকে
Example : কি কি কৰি যে মই এগৰাকী দাংকাটি মহিলাৰ বাচিলো
Synonyms : উগ্র নাৰী, কর্কশ ্নাৰী, খঙাল তিৰোতা, দন্দুৰী তিৰোতা, দাংকাটি, দাংকাটি মহিলা, মুখৰা তিৰোতা
Meaning : যি ্কর্কশ ্স্বভাৱৰ বা যিয়ে কাজিয়া কৰি থাকে
Example : মনোহৰ এজনী উগ্রা নাৰীৰ পাল্লাত পৰিল
Synonyms : উগ্রা, কাজিয়াখোৰ
Install App