Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word দন from অসমীয়া dictionary with examples, synonyms and antonyms.

দন   বিশেষ্য

Meaning : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

Example : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

Synonyms : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

Meaning : দুজন ব্যক্তিয়ে বা দুটা দলে শত্রুতাপূর্ণ ব্যৱহাৰ কৰি নিজৰ-নিজৰ মতত এজনে আন জনৰ বিৰুদ্ধে অটল হৈ ভাব

Example : সৰু কথাটোক লৈয়েই তেওঁলোক দুজনৰ মাজত কাজিয়া লাগিল

Synonyms : কাজিয়া, খৰিয়াল, থোতা-মোজা, দন্দ