Meaning : হাতত লৈ যোৱা পোন, কিছু দীঘল আৰু পাতল আকাৰ কাঠ বিশেষ
Example :
আইতাই লাখুটি লৈ খোজকাঢ়ি আছে
Synonyms : লাখুটি
Meaning : পাল্লা বান্ধি থোৱা তুলাচনীৰ দণ্ড বিশেষ
Example :
শস্য জুখি থাকোতে তুলাচনী দণ্ডডাল ভাগি থাকিল
Synonyms : তুলাচনী দণ্ড, দগাপাল্লা দণ্ড
Meaning : ষাঠী পল বা চৌবিশ মিনিটৰ সময়
Example :
আজি ৰাতি কেচুৱাটো এক দণ্ডও নুশুলে
Meaning : যি ডাল লাঠিৰে কুমাৰে চাক ঘূৰায়
Example :
কুমাৰে দণ্ডৰে চাকখন জোৰেৰে ঘূৰাই আছে
Synonyms : কুমাৰৰ দণ্ড