Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
Example : এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
Synonyms : দক্ষতা
Meaning : যিহৰ আধাৰত কোনো বস্তু নিজৰ ওচৰত ৰখা অথবা কাৰোবাৰ পৰা লোৱা বা খুজিব পৰা যায়
Example : এই সম্পত্তিৰ ওপৰত সীতাৰো অধিকাৰ আছে
Synonyms : অধিকাৰ, স্বত্ব, হক
Meaning : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
Example : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
Synonyms : সামর্থ্য, হাত
Install App