Meaning : কঠিনতাৰে কৰা বহুত ভাল কাম
Example :
শচীনে ক্রিকেট খেলত বহুত অভিজ্ঞতা লাভ কৰিলে
Synonyms : অভিজ্ঞতা
Meaning : কাৰোবাৰ অন্তর্নিহিত বৌদ্ধিক শক্তি
Example :
চাকৰি দিয়াৰ আগতে প্রার্থীসকলৰ দক্ষতা পৰীক্ষা কৰা হয়
Synonyms : কুশলতা
Meaning : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
Example :
এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
Synonyms : দখল