Subscribe
URL of the page has been copied to clipboard.
Meaning : জাপি থোৱা বৰ দীঘল কাপোৰ
Example : দোকানীজনে থানৰ পৰা চাৰি মিটাৰ কাপোৰ কাটি পৃথক কৰিলে
Synonyms : থান কাপোৰ
Meaning : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
Example : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
Synonyms : ক্ষেত্র, জেগা, ঠাই, থল, প্রদেশ, ভূমি, স্থল, স্থান
Install App