Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word থকা from অসমীয়া dictionary with examples, synonyms and antonyms.

থকা   বিশেষ্য

Meaning : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য

Example : যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়

Synonyms : থাকি যোৱা

থকা   ক্ৰিয়া

Meaning : সত্তা, অস্তিত্ব, উপস্থিতি আদি সূচোৱা প্রধান তথা সকলোতকৈ অধিক প্রচলিত ক্রিয়া

Example : ৰমা সেই কোঠাটোত আছে

Meaning : বেয়া হৈ নোযোৱা

Example : ৰিফ্রিজাৰেটৰত বস্তুবোৰ ভালেমান দিন ধৰি থাকে

Meaning : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলাই যোৱা কার্য

Example : মাকে জীয়েকক বুজাই কʼলে যে তুমি কেনেদৰে শহুৰৰ ঘৰত থাকিবা

Synonyms : নির্বাহ কৰা

Meaning : কোনো বস্তু, ঠাই আদিত ৰখা বা তাৰ অন্তর্গত ্হোৱা

Example : টেংকিত পানী আছে এই বটলত পানী আছে

Meaning : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা

Example : হিমালয় ভাৰতৰ উত্তৰ দিশত আছে

Synonyms : স্থিত হোৱা, হোৱা

Meaning : কʼৰবাত আশ্রয় লোৱা

Example : আমি দিল্লীলৈ গʼলে শর্মাদেৱৰ তাত থাকোঁ

Meaning : স্থিত হোৱা

Example : এই নগৰখন গংগা নদীৰ তীৰত আছে

Synonyms : অৱস্থিত থকা

Meaning : (জীৱন-যাপনৰ বাবে) বসবাস কৰা

Example : এই শ্রমিকসকল ওচৰৰ বস্তিত বাস কৰে

Synonyms : বসতি কৰা, বাস কৰা