Subscribe
URL of the page has been copied to clipboard.
Meaning : ষোল্লৰ পৰা পয়ত্রিশ বছৰ বয়সৰ ভিতৰৰ পুৰুষ
Example : ভাৰতীয় যুৱকসকল পাশ্চাত্য সংস্কৃতিৰ ধামখুমীয়াত উটি ভাহি গৈছে
Synonyms : জোৱান, যুৱ, যুৱক
Meaning : ষোল্লৰ পৰা পয়ত্রিশ বছৰলৈকে এক অৱস্থা
Example : তেখেতৰ দুজন ডেকা লʼৰা আমেৰিকাত থাকে
Synonyms : ডেকা, যুৱক, যুৱা
Meaning : যি প্রবীণ নহয়
Example : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে
Synonyms : নতুন, নবাগত, নবীন
Install App