Subscribe
URL of the page has been copied to clipboard.
Meaning : * পাঁচটা বা তাতকৈ বেছি কোণ থকা এক সমতল আকৃতি..............
Example : তৰা বিশেষকৈ প্রতীক হিচাপে ব্যৱহাৰ হয়
Synonyms : তাৰকা
Meaning : ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল, স্থিৰ আৰু গোলাকাৰ পিণ্ড
Example : ৰাতিৰ আকাশত তৰাই তিৰবিৰায় পৃথিৱীৰ পৰা বহুত দূৰত হোৱা কাৰণে তৰাবোৰ সৰু দেখা যায়
Synonyms : জ্যোতিষ্ক, তাৰকা, নক্ষত্র
Install App