Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word তৰলতা from অসমীয়া dictionary with examples, synonyms and antonyms.

তৰলতা   বিশেষ্য

Meaning : তৰল বা দ্রৱৰ এক অৱস্থা বা ভাব

Example : তাপমান শূন্য ডিগ্রী ছেণ্টিগ্রেড বা তাতকৈ কম হোৱাৰ লগে লগে পানীৰ তৰলতা গুণ নোহোৱা হয়

Synonyms : দ্রৱত্ব

Meaning : টকা-পইচাৰ ৰূপত হোৱা এক অৱস্থা বা সহজে টকা-পইচালৈ পৰিৱৰ্তি কৰিব পৰা এক অৱস্থা

Example : ভাৰতীয় টকাৰ তৰলতা আছে