Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word তৰমুজ from অসমীয়া dictionary with examples, synonyms and antonyms.

তৰমুজ   বিশেষ্য

Meaning : ছিঁৰালৰ নিচিনা এবিধ পানীৰ পৰিমাণ বেছি থকা ফল

Example : খেতিয়কে বালি মাটিত তৰমুজৰ খেতি কৰিছে

Synonyms : তর্মুজ

Meaning : এবিধ লতাজাতীয় গছৰ পৰা পোৱা গোলকাৰ খাদ্যফল

Example : গৰমত তৰমুজ বেছিকৈ পোৱা যায়

Meaning : একপ্রকাৰৰ ডাঙৰ, গোলাকাৰ লাওজাতীয় খাদ্যোপযোগী ফল

Example : নদীৰ পাৰত বহুত তৰমুজৰ গছ আছে

Synonyms : তৰবুজ

Meaning : এবিধ ডাঙৰ, শকত আৰু গোলাকাৰ ফল যাৰ মঙহ ৰঙা আৰু গুটি কʼলা ৰঙৰ

Example : গৰমৰ দিনত তৰমুজ বহুত পোৱা যায়