Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word তৰকাৰী from অসমীয়া dictionary with examples, synonyms and antonyms.

তৰকাৰী   বিশেষ্য

Meaning : সিজোৱা মচলাযুক্ত পনীয়া ভাজি

Example : ভাতৰ লগত তেওঁক এখন ্তৰকাৰী আৰু এখন শুকান ভাজি লাগেই

Synonyms : পনীয়া ভাজি

Meaning : ৰন্ধা পাচলি

Example : আলুৰে বিভিন্ন ধৰণৰ তৰকাৰী বনাব পাৰি

Synonyms : চবজি, ভাজি

Meaning : ৰুটি, ভাত আদিৰ লগত খাবৰ কাৰণে খাদ্যোপযোগী উদ্ভিদৰ ঠানি, ফল, কন্দ, শাক আদিৰে ৰন্ধা ব্যঞ্জন বিশেষ

Example : প্রিয়ম্বদাই ভেণ্ডীৰ তৰকাৰী ৰান্ধি আছে

Synonyms : আঞ্জা, চ্্ব্জি