Subscribe
URL of the page has been copied to clipboard.
Meaning : ব্যৱহাৰ বা সেৱন নকৰা
Example : মোহনে দুমাহ আগতেই মদ এৰিলে
Synonyms : এৰা
Meaning : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
Example : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
Synonyms : আঁতৰি যোৱা, এৰা, এৰি দিয়া
Install App