Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word তেজ from অসমীয়া dictionary with examples, synonyms and antonyms.

তেজ   বিশেষ্য

Meaning : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

Example : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

Synonyms : এনার্জি, ক্ষমতা, শক্তি

Meaning : দুখ বা অঘটন ঘটাব পৰা মনৰ এনে এক উগ্র অৱস্থা যাৰ প্রৰোচনাত পৰি মানুহে উচিত অনুচিত বিচাৰ নকৰি যি কোনো কামেই কৰিব পাৰে:খং উঠিলে মানুহে যিকোনো অঘটন ঘটাব পাৰে

Example :

Synonyms : অমর্ষণ, কোপ, কোপাগ্নি, কোপানল, ক্রোধ, ক্রোধন, ক্রোধাগ্নি, ক্রোধানল, খং, খং-জুই, খং-ৰাগ, গোছা, জঁক, জঁকি, জমক, তক, দ্বিতীয় ৰিপু, ফাই, ভমক, ্ অমর্ষ, ৰাগ, ৰোষ, ৰোষ-কোপ, ৰোষ-বহ্নি, ৰোষানল

Meaning : তেজস্বী হোৱা ভাব

Example : তেজস্বিতাৰ কাৰণে মহাপুৰুষসকলৰ মুখমণ্ডল জিলিকি থাকে

Synonyms : তেজস্বিতা

Meaning : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ

Example : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল

Synonyms : খুন, তেজকুৰ, লহু, লোহিত, শোণিত, ৰক্ত, ৰুধিৰ

Meaning : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

Example : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

Synonyms : জোৰ, পৰাক্রম, বল, শকতি, শক্তি