Subscribe
URL of the page has been copied to clipboard.
Meaning : উপযুক্ত আৰু সঠিকভাৱে কৰা সংযোগ
Example : পৰস্পৰৰ মিলৰ দ্বাৰা কঠিনৰো কঠিন কাম সম্ভৱ হয়
Synonyms : অদ্বিতীয়ত্ব, অনুৰূপতা, অপার্থক্য, অপৃথকতা, অবিচ্ছিন্নতা, অভিন্নতা, অভিন্নত্ব, অভেদ, একতা, একৰূপতা, ঐক্য, মিল, সদৃশতা, সমতা, সমভাব, সমানয়ন, সমৰূপত্ব, সামঞ্জস্য, সাযুজ্য
Meaning : সমান বা তুল্য হোৱা অৱস্থা
Example : আমাৰ সৈতে আপোনাৰ কি তুলনা কৰোঁ
Synonyms : তুলনা, সমানতা, সাম্যতা
Meaning : কোনো বস্তুৰ গুণ, মান আদিৰ ওপৰত নির্ভৰ কৰি এটাতকৈ আনটো কম-বেছি বা ভাল-বেয়া বিচাৰ কৰা:ৰামৰ তুলনাত শ্যাম বেছি চতুৰ
Example :
Synonyms : উপমা, তুলনা, পাটন, ৰিজনি
Meaning : জোখা কার্য ্বা ভাব
Example : আপোনাৰ তুল্যতা সমান হোৱা নাই
Install App