Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো তুলনাৰ যোগ্য
Example : আপোনাৰ ব্যক্তিত্ব ভগৱানৰ ৰামৰ সৈতে তুলনীয়
Synonyms : তুলনীয়
Meaning : যি দেখিবলৈ একেধৰণৰ:এই দুইটা পুতলা দেখিবলৈ একে
Example :
Synonyms : অনুৰূপ, অবিকল, একে, তদ্রূপ, প্রতিম, সংকাশ, সদৃশ, সন্মিত, সমতুল, সমতুল্য, সমান, সমৰূপী, সাইলাখ, হুবহু
Install App